ଅର୍ଥ : কোনো কথা বা কামত কৰা ইচ্ছা
ଉଦାହରଣ :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
ସମକକ୍ଷ : বিচৰা
ଅର୍ଥ : আশা বা কামনা কৰা
ଉଦାହରଣ :
মই আশা কৰিছো যে মোৰ প্রথম পত্রখন আপুনি পালে