ଅର୍ଥ : কোনো মাল-বস্তু বেহা-বেপাৰৰ কাৰণে নিজৰ দেশলৈ অনা কার্য
ଉଦାହରଣ :
ভাৰতে প্রয়োজন অনুসৰি কিছুমান বস্তু আমদানি কৰে
ଅର୍ଥ : যি অন্য ঠাই বা দেশৰ পৰা আহিছে বা যাক বাহিৰৰ পৰা অনা হৈছে
ଉଦାହରଣ :
আন দেশৰ আমদানি সামগ্রীবোৰৰ তুলনাত নিজ দেশৰ বস্তুবোৰেই ভাল
ସମକକ୍ଷ : ইম্পʼৰটেড