ଅର୍ଥ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ଉଦାହରଣ :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
ସମକକ୍ଷ : নমোৱা
ଅର୍ଥ : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল