ଅର୍ଥ : কোনো ব্যাপক বা সাধাৰণ নিয়ম আদিৰ বিৰুদ্ধে কোৱা কথা, শ্্ব্দ , তত্ত্ব আদি
ଉଦାହରଣ :
এই নিয়মটোৰ কিছুমান অপবাদো আছে
ଅର୍ଥ : বাস্তৱিকতে বা কল্পিতভাৱে কাৰোবাৰ দোষ বা বদগুণৰ বিষয়ে কোৱা কার্য
ଉଦାହରଣ :
আমি কাৰো নিন্দা কৰা উচিত নহয়
ସମକକ୍ଷ : নিন্দা