ଅର୍ଥ : কিহবাৰ আধাৰত অনুমান কৰা কার্য
ଉଦାହରଣ :
এই সংখ্যাবোৰৰ পুনৰ অনুমান কৰি হিচাপ উলিয়াব লাগিব
ସମକକ୍ଷ : আন্দাজ
ଅର୍ଥ : এনেকুৱা হʼব পাৰে বুলি নিজৰ মনৰ মাজতে বোধজন্মা এক ভাব
ଉଦାହରଣ :
কেতিয়াবা কেতিয়াবা অনুমান ভুলো হʼব পাৰে
ସମକକ୍ଷ : আন্তাজ