ଅର୍ଥ : ৰাসায়নিক বিক্রিয়া খৰতকীয়া ৰসায়ন বিশেষ
ଉଦାହରଣ :
ছালফিউৰিক এছিড তৈয়াৰ কৰিবৰ কাৰণে অনুঘটকৰ আৱশ্যক হয়
ଅର୍ଥ : কোনো ব্যক্তি, কাম আদিক অনুপ্রেৰিত কৰা কার্য
ଉଦାହରଣ :
ৰাসায়নিক বিক্রিয়াৰ সংঘটনত অনুঘটকৰ অলপ মাত্রাই পর্যাপ্ত হয়
ଅର୍ଥ : যোৰা লগোৱা বা সংযুক্ত কৰোতা
ଉଦାହରଣ :
ঘটক ব্যক্তিৰ সহায়ত ভাঙিবলৈ ধৰা পৰিয়ালটো বাছিল
ସମକକ୍ଷ : ঘটক