ଅର୍ଥ : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে
ଉଦାହରଣ :
ইয়াত অনাথসকলক আশ্রয় দিয়া হয়
ଅର୍ଥ : মালিক বা স্বামী নোহোৱা এক অৱস্থা
ଉଦାହରଣ :
অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে
ସମକକ୍ଷ : নাথহীন
ଅର୍ଥ : যাৰ কোনো মালিক নাই
ଉଦାହରଣ :
ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল
ଅର୍ଥ : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই
ଉଦାହରଣ :
শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে