ଅର୍ଥ : যি কাৰোবাৰ বশীভূত হৈ আছে
ଉଦାହରଣ :
ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল
ଅର୍ଥ : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা
ଉଦାହରଣ :
নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল
ସମକକ୍ଷ : অধীনস্থ