ଅର୍ଥ : আৱশ্যকতা অনুসৰি নির্দিষ্ট পৰিমাণতকৈ অলপ বেছি যোগ কৰা, বঢ়োৱা বা লগ লগোৱা
ଉଦାହରଣ :
অতিৰিক্ত খোৱাটো বেয়া
ସମକକ୍ଷ : অতি বেছি, ওপৰঞ্চি, জিয়াদা, মাত্রাধিক, মাত্রাৰিক্ত
ଅର୍ଥ : নিয়ত, প্রচলিত বা সাধাৰণতকৈ অধিক
ଉଦାହରଣ :
এই মূল্যবৃদ্ধিৰ সময়ত অতিৰিক্ত আয় অবিহনে ঘৰ চলোৱা কঠিন