ଅର୍ଥ : ৰজা জনকৰ পুত্রী তথা ৰামৰ পত্নী
ଉଦାହରଣ :
সীতা এগৰাকী ্আদর্শ পত্নী আছিল সীতাক জগত জননী জগদম্বাৰ ৰূপ বুলি ধৰা হয়
ସମକକ୍ଷ : জনকনন্দিনী, জানকী, বৈদেহী, ভূপুত্রী, মৈথিলী
ଅର୍ଥ : হালবোৱাৰ সময়ত নাঙলৰ ফালে সৃষ্টি কৰা ৰেখা বিশেষ
ଉଦାହରଣ :
কৃষকে সীৰলুত বীজৰোপণ কৰি আছে
ସମକକ୍ଷ : সীৰলু