ଅର୍ଥ : কথা মানি লোৱা
ଉଦାହରଣ :
আজিকালিৰ লʼৰা-ছোৱালীয়ে কাৰো কথা নুশুনে
ଅର୍ଥ : কোৱা হোৱা কথা বা শ্্ব্দৰ কাণেৰে হোৱা জ্ঞান
ଉଦାହରଣ :
তেওঁ ্ ভগৱান সত্যনাৰায়ণৰ কথা শুনি আছে
ସମକକ୍ଷ : শ্রৱণ কৰা
ଅର୍ଥ : কাৰোবাৰ কথা বা প্রার্থ্্নাৰ প্রতি ধ্যান দিয়া
ଉଦାହରଣ :
ৰজাই ফৰিয়াদীৰ একো কথাই নুশুনিলে