ଅର୍ଥ : তৰল বা দ্রৱৰ এক অৱস্থা বা ভাব
ଉଦାହରଣ :
তাপমান শূন্য ডিগ্রী ছেণ্টিগ্রেড বা তাতকৈ কম হোৱাৰ লগে লগে পানীৰ তৰলতা গুণ নোহোৱা হয়
ସମକକ୍ଷ : দ্রৱত্ব
ଅର୍ଥ : টকা-পইচাৰ ৰূপত হোৱা এক অৱস্থা বা সহজে টকা-পইচালৈ পৰিৱৰ্তি কৰিব পৰা এক অৱস্থা
ଉଦାହରଣ :
ভাৰতীয় টকাৰ তৰলতা আছে