ଅର୍ଥ : ধাতু, কাঠ, শিল আদিৰ ওপৰত কাটি উলিওৱা ভাস্কর্য
ଉଦାହରଣ :
এই চকীখনৰ খোদাইৰ কাম বহুত ভাল হৈছে
ସମକକ୍ଷ : খোদন
ଅର୍ଥ : ধাতু, পাথৰ, কাঠ আদিৰ ওপৰত খোদাই কৰি ভাস্কর্য ্তৈয়াৰ কৰা কলা
ଉଦାହରଣ :
বাঢ়ৈয়ে নিজৰ লʼৰাজনক খোদাই কাম শিকাই আছে