ଅର୍ଥ : শুকান ঘাঁহ আদিৰ টুকুৰা
ଉଦାହରଣ :
চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
ସମକକ୍ଷ : খেৰ-কুটা
ଅର୍ଥ : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
ଉଦାହରଣ :
মোৰ চকুত কুটা সোমাইছে
ଅର୍ଥ : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
ଉଦାହରଣ :
মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
ସମକକ୍ଷ : কুটি থকা
ଅର୍ଥ : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
ଉଦାହରଣ :
উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
ସମକକ୍ଷ : কুটি খোৱা