ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
ଉଦାହରଣ : তেওঁ হনুমানৰ ভক্ত
ସମକକ୍ଷ : উপাসক, ভকত, ভক্ত, সাধক
ଅର୍ଥ : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
ଉଦାହରଣ : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
ସମକକ୍ଷ : পূজাৰী
ଅର୍ଥ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
ଉଦାହରଣ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
ସମକକ୍ଷ : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা
ଅର୍ଥ : কাৰোবাৰ বা কোনো ধৰণৰ সেৱা আগবঢ়াওতা
ଉଦାହରଣ : আন্না হাজাৰেʼ সমাজ সেৱক
ସଂସ୍ଥାପନ କରନ୍ତୁ