ଅର୍ଥ : অটল বা স্থিৰ হোৱা অৱস্থা
ଉଦାହରଣ :
পৰিস্থিতিৰ স্থিৰতাৰ বাবে তেওঁ জীৱনত সফল হৈ গৈ থাকিল
ଅର୍ଥ : দৃঢ় হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
ৰামৰ এই কামটোৰ কাৰণে আমাৰ সম্পর্কত আৰু দৃঢ়তা আহি পৰিল
ସମକକ୍ଷ : দৃঢ়তা