ଅର୍ଥ : যাক ভালদৰে ৰক্ষা কৰা হৈছে
ଉଦାହରଣ :
আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
ଅର୍ଥ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
ଉଦାହରଣ :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
ସମକକ୍ଷ : নিৰাপদ