ଅର୍ଥ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
ଉଦାହରଣ :
গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
ସମକକ୍ଷ : উপদেশ
ଅର୍ଥ : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
ଉଦାହରଣ :
পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
ସମକକ୍ଷ : তালিম