ଅର୍ଥ : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
ଉଦାହରଣ :
ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
ସମକକ୍ଷ : নোম
ଅର୍ଥ : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
ଉଦାହରଣ :
বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
ସମକକ୍ଷ : নোম