ଅର୍ଥ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
ଉଦାହରଣ :
লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
ସମକକ୍ଷ : চকৰি
ଅର୍ଥ : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
ସମକକ୍ଷ : লাটিম