ଅର୍ଥ : কাঠ, লোহা আদিৰে সজা দীঘলীয়া চাৰিখুটীয়া আসন
ଉଦାହରଣ :
এই বেঞ্চখনত চাৰিজন মানুহ বহিব পাৰে
ଅର୍ଥ : এজনতকৈ অধিক ব্যক্তি বহিব পৰা কাঠেৰে তৈয়াৰী নাতি-দীৰ্ঘ আসন
ଉଦାହରଣ :
আলহী বৈঠকখানাত বেঞ্চিত বহি আছে
ସମକକ୍ଷ : বেঞ্চি