ଅର୍ଥ : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
ଉଦାହରଣ :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
ସମକକ୍ଷ : বিৰহ
ଅର୍ଥ : কোনো সংখ্যাৰ পৰা কোনো সংখ্যা আঁতৰোৱা কার্য
ଉଦାହରଣ :
বিয়োগ কৰাৰ পিছত উত্তৰ চাৰি হʼল