ଅର୍ଥ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
ଉଦାହରଣ :
শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
ସମକକ୍ଷ : নিৰ্দিষ্ট
ଅର୍ଥ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
ଉଦାହରଣ :
মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
ସମକକ୍ଷ : জৰুৰী