ଅର୍ଥ : পোছাক পিন্ধা সৈনিক, চিপাহীৰ আদিৰ সৰু দল
ଉଦାହରଣ :
সংসদ নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে সেনাৰ পল্টন নিয়োজিত কৰা হৈছে
ଅର୍ଥ : স্থল সেনাৰ এটা সৰু ভাগ
ଉଦାହରଣ :
সেনাৰ এটা পল্টনে খেল-পথাৰত নিজৰ কুচকাৱাজ কৰি আছে
ସମକକ୍ଷ : প্লাটুন