ଅର୍ଥ : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
ଉଦାହରଣ :
কইনা দোলাত বহি আছে
ଅର୍ଥ : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
ଉଦାହରଣ :
ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
ସମକକ୍ଷ : পাল্কী