ଅର୍ଥ : ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ গছৰ সুগন্ধি ছাল
ଉଦାହରଣ :
মায়ে আজি পোলাওত ডালচেনি দিবলৈ পাহৰিলে
ସମକକ୍ଷ : ডালচেনি
ଅର୍ଥ : সুগন্ধি ছালযুক্ত একপ্রকাৰৰ গছ যাৰ ছাল মছলা হিচাপে ব্যৱহাৰ কৰা হয়
ଉଦାହରଣ :
কেৰেলাত দালচেনিৰ খেতি কৰা হয়