ଅର୍ଥ : ফলৰ ৰসৰ লগত চেনি, গুড় আদি মিহলি কৰি তৈয়াৰ কৰা এবিধ সোৱাদযুক্ত পানীয়
ଉଦାହରଣ :
ৰামুৱে আলহীক চৰবত খাবলৈ দিছে
ସମକକ୍ଷ : চৰপত
ଅର୍ଥ : যি পানীত চেনী, গুড় আদি মিহলোৱা থাকে
ଉଦାହରଣ :
চেনীৰ তুলনাত গুড়ৰ চৰবত বেছি ভাল