ଅର୍ଥ : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
ଉଦାହରଣ :
আজি মই ভাল চিকাৰ ফান্দত পেলালো
ଅର୍ଥ : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
ଉଦାହରଣ :
চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
ଅର୍ଥ : বনৰীয়া পশু-পক্ষীক মৰা কার্য
ଉଦାହରଣ :
প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
ସମକକ୍ଷ : মৃগয়া