ଅର୍ଥ : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য
ଉଦାହରଣ :
তুমিচোন ঘামেৰে গা-ধুই পেলালা
ଅର୍ଥ : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
ଉଦାହରଣ :
ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
ସମକକ୍ଷ : প্রক্ষালন কৰা, স্নান কৰা
ଅର୍ଥ : যিজনে স্নান কৰিছে
ଉଦାହରଣ :
গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল
ସମକକ୍ଷ : স্নাত