ଅର୍ଥ : হর্ষ, প্রেম আদি আবেগত ৰুদ্ধ হোৱা অস্পষ্ট স্বৰ
ଉଦାହରଣ :
মাকে গদগদ স্বৰেৰে পুতেকক আশী্র্বাদ দিলে
ସମକକ୍ଷ : গদগদ্
ଅର୍ଥ : হাঁহি প্রেম আদিৰ আৱেশেৰে পূর্ণ
ଉଦାହରଣ :
ভিক্ষাৰীজনে অনাকাংক্ষিত ধন পাই গদগদ হʼল
ଅର୍ଥ : অত্যধিক প্রসন্ন
ଉଦାହରଣ :
নিজৰ হেৰোৱা লʼৰাটোক বিচাৰি পাই মাক গদগদ হৈ পৰিল