ଅର୍ଥ : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
ଉଦାହରଣ :
এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
ସମକକ୍ଷ : ক্রিয়াপদ
ଅର୍ଥ : কোনো কাম হোৱা বা কৰাৰ ভাব
ଉଦାହରଣ :
গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
ସମକକ୍ଷ : কার্য