ଅର୍ଥ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
ଉଦାହରଣ :
অপব্যৱহাৰো এক ধৰণৰ পাপ
ସମକକ୍ଷ : অপব্যৱহাৰ
ଅର୍ଥ : অনাহক আৰু অধিক খৰচ
ଉଦାହରଣ :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
ସମକକ୍ଷ : অতিখৰচী, অপচয়, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি