ଅର୍ଥ : অধিকাৰহীন হোৱা অৱস্থা বা অধিকাৰ নোহোৱা বা প্রভুত্বৰ অভাৱ
ଉଦାହରଣ :
এই সম্পত্তিৰ ওপৰত ্তেওঁৰ অধিকাৰহীনতা প্রমাণ হোৱাৰ পিছত ্তেওঁ নিজৰ দাবী এৰিব লগাত পৰিল
ସମକକ୍ଷ : অধিকাৰহীনতা, অনধিকাৰিতা
ଅର୍ଥ : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
ଉଦାହରଣ :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
ସମକକ୍ଷ : স্বত্বহীন