ଅର୍ଥ : নিজান ঠাইত থকা বা বসবাস কৰোতা
ଉଦାହରଣ :
অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
ସମକକ୍ଷ : একাকিন
ଅର୍ଥ : যাৰ লগত কোনো নাই বা নাথাকে
ଉଦାହରଣ :
তেওঁ অকলশৰীয়া জীৱন কটাই আছে
ସମକକ୍ଷ : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ