അർത്ഥം : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য
ഉദാഹരണം :
ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম
പര്യായപദങ്ങൾ : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ
അർത്ഥം : যি কʼৰবাৰ পৰা অন্য কোনো ঠাইলৈ গতি কৰি কৰিছে
ഉദാഹരണം :
দর্শনৰ ্কাৰণে ৰাওনা হোৱা সাধুসকল মন্দিৰত গৈ পালেগৈ
അർത്ഥം : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা
ഉദാഹരണം :
পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি
പര്യായപദങ്ങൾ : পঠোৱা