അർത്ഥം : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
ഉദാഹരണം :
ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
പര്യായപദങ്ങൾ : বোল
അർത്ഥം : ওঁঠ, ্গাল আদিত লগোৱা একধৰণৰ ৰঙা ৰঙৰ প্রসাধন সামগ্রী
ഉദാഹരണം :
মনোৰমাই নিজৰ গালত ৰহণ সানি আছে
പര്യായപദങ്ങൾ : লালিমা