അർത്ഥം : ভাৱবোৰ প্রকাশিত নকৰা
ഉദാഹരണം :
তেওঁ নিজৰ খঙক ৰখালে
അർത്ഥം : কোনো গতিশীল বস্তুৰ গতি বন্ধ কৰা
ഉദാഹരണം :
গাড়ীৰ সন্মুখত হঠাৎ এটা কুকুৰ আহি ওলোৱাত চালকজনে গাড়ীখন ৰখালে
അർത്ഥം : কাৰোবাক আগ বাঢ়িবলৈ নিদিয়া
ഉദാഹരണം :
পুলিচে সমদলটোক চকটোতে ৰখাই দিলে
പര്യായപദങ്ങൾ : ৰখাই দিয়া