അർത്ഥം : পেট আৰু কলিজাৰ বায়ু অলপ ৰখাই ৰখাই ডিঙিৰে উলিয়াই দিয়া বা ওলাই অহা এক দৈহিক কার্য
ഉദാഹരണം :
শিশুটোৰ বৰকৈ হিঁকটি আহিছে
അർത്ഥം : ভয়ৰ কাৰণে কথা কʼবলৈ সংকোচ কৰা
ഉദാഹരണം :
মালিকক দেখি চকীদাৰটোৰ হিঁকটি বন্ধ হৈ গʼল
പര്യായപദങ്ങൾ : হেঁকেটি