അർത്ഥം : ধন লৈও কাম নকৰা ব্যক্তি
ഉദാഹരണം :
এই কার্যালয়ৰ সকলো বিষয়া বহুত হাৰামজাদা
പര്യായപദങ്ങൾ : হাৰামখোৰ
അർത്ഥം : অতি দুষ্ট বা বহুত ডাঙৰ ঠগ-প্রৱঞ্চক
ഉദാഹരണം :
আমি হাৰামী লোকৰ পৰা আঁতৰত ্থকা উচিত
പര്യായപദങ്ങൾ : হাৰামী