അർത്ഥം : যাৰ হাত নাই
ഉദാഹരണം :
ভিক্ষা খোজি থকা হাত নথকা ব্যক্তিজনৰ ওপৰত মোৰ দয়া উপজিল
അർത്ഥം : যাৰ হাত নাই বা হাত নথকা ব্যক্তি
ഉദാഹരണം :
ৰায়পুৰৰ এজন বাহুহীন ব্যক্তিয়ে ভৰিৰে লিখি স্নাতক ডিগ্রি লাভ কৰিলে
പര്യായപദങ്ങൾ : বাহুহীন