അർത്ഥം : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়
ഉദാഹരണം :
পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়
പര്യായപദങ്ങൾ : সহস্র
അർത്ഥം : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
ഉദാഹരണം :
পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
പര്യായപദങ്ങൾ : হেজাৰ