അർത്ഥം : বহু সময় উতলোৱা গাখীৰৰ ওপৰত জমা হোৱা চামনি বা সাৰ অংশ
ഉദാഹരണം :
মেকুৰীজনীয়ে গোটেই সৰখিনি খাই পেলালে
അർത്ഥം : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
ഉദാഹരണം :
গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
പര്യായപദങ്ങൾ : চালি