അർത്ഥം : চেনী, নিমখ বা জলকীয়া আদি যিমান মাত্রাত থাকিব লাগে তাতকৈ কম থকা
ഉദാഹരണം :
মোৰ সেৰসেৰীয়া আঞ্জা একেবাৰে ভাল নালাগে
അർത്ഥം : যʼত কোনো সোৱাদ নাই
ഉദാഹരണം :
আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
പര്യായപദങ്ങൾ : নীৰস, বিৰস, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন