അർത്ഥം : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে
ഉദാഹരണം :
সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল
അർത്ഥം : সাগৰৰ পৰা উৎপন্ন
ഉദാഹരണം :
তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে
പര്യായപദങ്ങൾ : সামুদ্রিক