അർത്ഥം : যিজনে সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ഉദാഹരണം :
ৰামুৱে শ্রদ্ধা সহকাৰে সন্যাসীসকলৰ সেৱা আগবঢ়ায়
അർത്ഥം : সন্যাস আশ্রমত প্রৱেশ কৰাজন
ഉദാഹരണം :
তেওঁ কুম্ভ মেলাত বহুতো সন্যাসীক লগ পালে