അർത്ഥം : নাক বা মুখেৰে প্রাণীয়ে বতাহ শৰীৰৰ ভিতৰলৈ সুমুওৱা কার্য
ഉദാഹരണം :
শ্বাস আৰু প্রশ্বাস শ্বসন ক্রিয়াৰ এক অবিচ্ছেদ্য অংগ
പര്യായപദങ്ങൾ : উশাহ
അർത്ഥം : প্রাণীয়ে নাক বা মুখেৰে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়া বতাহ
ഉദാഹരണം :
উশাহত অক্সিজেনৰ পৰিমাণ অধিক থাকে
പര്യായപദങ്ങൾ : উশাহ