അർത്ഥം : যাৰ অৱশোষণ কৰা হৈছে
ഉദാഹരണം :
মাটিৰ দ্বাৰা অৱশোষিত পানীৰ কিছু অংশ উদ্ভিদে লাভ কৰে
പര്യായപദങ്ങൾ : অৱশোষিত
അർത്ഥം : কোনো ব্যক্তি, সমাজ আদিৰ দ্বাৰা যাৰ শোষণ হৈছে
ഉദാഹരണം :
শোষিত ্বর্গৰ ্উত্থানৰ বাবে সকলোৱে প্রয়াস কৰিব লাগে