അർത്ഥം : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
ഉദാഹരണം :
গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
പര്യായപദങ്ങൾ : উপদেশ
അർത്ഥം : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
ഉദാഹരണം :
পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
പര്യായപദങ്ങൾ : তালিম