അർത്ഥം : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
ഉദാഹരണം :
এই সংস্থাৰ পাঁচটা অংগ আছে
പര്യായപദങ്ങൾ : অংগ
അർത്ഥം : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
ഉദാഹരണം :
জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
പര്യായപദങ്ങൾ : সম্প্রদায়