അർത്ഥം : উপদ্রৱ কৰি জপিওৱা
ഉദാഹരണം :
যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই লৰা ঢপৰা আৰম্ভ কৰি দিয়ে
പര്യായപദങ്ങൾ : লৰা ঢপৰা
അർത്ഥം : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ
ഉദാഹരണം :
মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে
പര്യായപദങ്ങൾ : দৌৰা-দৌৰি